Sunday, 4 June 2017

টিভিত উঠা মানুহজন

কেতিয়াবা নিউজ লাইভ বা ডি ৱাই 365 ত নিজক দেখা পালে কেনেকুৱা লাগে? ?? নিশ্চয় ভাল লাগে ৷ টিভিৰ পৰ্দাত নিজক চোৱাৰ বহুতৰে ইচ্ছা থাকে ৷ কিন্তু এই ক্ষেত্ৰত ছাউথ ইংলেণ্ডৰ Paul Yarrow নামৰ ব্যক্তিজন অলপ ব্যতিক্ৰম ৷ কাৰন এই ব্যক্তিজনৰ টিভিত নিজকে দেখা পোৱাৰ ইচ্ছাটো এটা চখলৈ ৰুপান্তৰিত হৈছে ৷ এই ব্যক্তিজনে ৰাস্তাত কোনো নিউজ চেনেলৰ সাংবাদিকক বাতৰি সংগ্ৰহ কৰি থকাৰ অৱস্হাত দেখিলে, সাংবাদিক জনৰ কাষত গৈ নিজকে নিউজ চেনেলটোৰ কেমেৰাত আৱদ্ধ কৰে ৷ ইলেণ্ডৰ নিউজ চেনেল BBC, ITV, Channel 4 , sky news ৰ লাইভ টেলিকাষ্টত এই ব্যক্তিজনক দেখা পোৱা গৈছে ৷

No comments:

Post a Comment

গছৰ পৰা মানুহক কেনেকৈ নমাব পাৰি !!!

    মোল্লা নাছিৰুদ্দিনৰ বুদ্ধিৰ কথা কৈ শেষ কৰিব নোৱাৰি ৷ তেওঁৰ মুৰত যিমান" ফাৰ্ষ্ট ক্লাছ আইডিয়া" আছিল আজিৰ যুগৰ মানুহৰ তাত ও ...