কেনিয়াৰ , ওমোজা ( Umoja) এনে এখন গাঁৱ যত পুৰুষ নিষিদ্ধ ৷ 1990 চনত Rebecca Lolosoli নামৰ মহিলা এজনী এ এই গাঁৱখনৰ প্ৰতিষ্ঠা কৰিছিল ৷
,
,
ব্ৰিটিছ সৈনিকে কিছুমানে এই অঞ্চলৰ বহু মহিলাক ধৰ্ষণ কৰিছিল ৷ তাৰ পিছত তেনেকুৱা বহু মহিলাক গিৰিয়েকবোৰে ঘৰৰ পৰা খেদি পঠাইছিল ৷ সেইসকলৰ মহিলাৰ দ্বাৰাই এই গাঁৱখনৰ প্ৰতিষ্টা হৈছিল ৷ তাৰোপৰি জোৰকৈ বিয়া দিয়া, নিৰ্যাতনৰ বলি হোৱা বহুটো মহিলাই এই গাঁৱখনত আহি বসৱাস কৰে ৷

No comments:
Post a Comment